Smuggler

সোণাপুৰ মৰগদোলাত জব্দ তিনিখন গৰু ভৰ্তি বাহন। বাহনৰ লগতে ৰাইজে আটক কৰে চোৰাং গৰু সৰবৰাহৰ লগত জড়িত দুজনক।

উল্লেখ্য় যে, আজি ৰাতিপুৱা ৰাইজে জব্দ কৰে বাহন তিনিখন। মৰিগাঁওৰ পৰা মেঘালয় অভিমূখে গৈ থকা সময়তে মৰগদোলা ৰাইজে জব্দ কৰে গৰু ভৰ্তি বাহন তিনিখন।

কেইবাটাও গৰুসহ বাহন তিনিখন জব্দ কৰে যদিও চালক হেণ্ডিমেন পলায়ন কৰে। ঘটনাস্থলী আৰক্ষী উপস্থিত নোহোৱাকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত।