Nagaland Actor

কমেডি-ড্ৰামা ছবি 'Axone'ত তেওঁৰ স্মৰণীয় চৰিত্ৰৰ বাবে জনাজাত জনপ্ৰিয় অভিনেতা লানুয়াকুম আওৰ দেওবাৰে বৃক্ক বিকল হোৱাৰ বাবে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩১ বছৰ।

আও ডিমাপুৰৰ খ্ৰীষ্টান ইনষ্টিটিউট অৱ হেল্থ চাইন্সেছ এণ্ড ৰিচাৰ্ছ (চিআইএইচএছআৰ)ত চিকিৎসাধীন হৈ আছিল, চিকিৎসাধীন অৱস্থাতেই তেওঁ শেষ নিঃশ্বাস ত্য়াগ কৰে।

lo