Nagaland Violence

নাগালেণ্ডৰ মন জিলাত সেনা বাহিনীৰ দ্বাৰা নাগা লোকৰ হত্যাৰ ঘটনাই নিয়ন্ত্ৰণৰ বাহিৰ কৰি তুলিছে নাগালেণ্ডৰ পৰিস্থিতি। এই দিনটোক ক’লা দিন হিচাপে অভিহিত কৰাৰ ঘোষণা ৰাজ্যখনৰ বিদ্ৰোহী সংগঠন এনএছচিএনে(আইএম)।

সেনা বাহিনীৰ দ্বাৰা সাধাৰণ লোকক হত্যাৰ ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰি এন এছ চি এনে(আই এম) কয় যে, “সেনা বাহিনীয়ে নিৰীহ নাগা লোকৰ তেজ লাগি থকা হাত কেতিয়াও ধুবলৈ সক্ষম নহ’ব।”