Animesh Bhuyan Friend

'দেৰগাঁৱৰ ল'ৰা কোনকেইটা আমাক দেখুৱাই দিয়া' 

নিৰাপত্তাহীনতাত ভুগিছে মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্ত। নিৰাপত্তাহীনতাত ভুগিছে অনিমেষৰ দুই বন্ধু। JMCHত চিকিত্সাধীন হৈ থকা দুই যুৱকে ভুগিছে নিৰাপত্তাহীনতাত।কেইজনমান উদণ্ড যুৱকে বিচাৰি আহিছিল মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তক। এই বিষয়টোক লৈ এতিয়া অনিমেষৰ ঘৰত চাঞ্চল্যকৰ সৃষ্টি কৰিছে।

চিন্তিত হৈ পৰিছে অনিমেষৰ পৰিয়ালৰ লগতে দুই যুৱকৰ পৰিয়াল। ক’লা ল’ৰাৰ বন্ধুৱে দুই যুৱকক বিচাৰি অহাৰ সন্দেহ একাংশৰ।নিৰাপত্তাৰ সুৰুঙা লৈ উদণ্ড যুৱকে যিকোনো ঘটনা ঘটাব পাৰে বুলি চিন্তিত পৰিয়ালবৰ্গ।