niraj das

যোৰহাটৰ অনিমেষ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ মৃত্যু হয়। নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ক’লা ল’ৰাই। কিন্তু পিছফালে থকা আৰক্ষীৰ বাহনৰ খুন্দাত নিহত হয় ক’লা ল’ৰাৰ। 

ক’লা ল’ৰাৰ মৃত্যুৰ পিছতে সন্তোষ প্ৰকাশ কৰিছে অনিমেষৰ পৰিয়ালৰ লগতে সমগ্ৰ যোৰহাটবাসীয়ে।