Bird

এজোপা ঘাতক শিমলু! শিমলু জোপাৰ ফুলৰ ৰস খোৱাৰ লগে লগে মৃত্যু মুখত পৰে চৰাই-চিৰিকটি।

তিতাবৰ মোহনাটিং অঞ্চলৰ এজোপা শিমলু গছক লৈ চিন্তিত ৰাইজ। কি আছে এই শিমলু জোপাত?

এইজোপা ৰহস্যময়, ঘাটক শিমলু আছে তিতাবৰ মহকুমা মোহনাটিংত অভিসপ্ত শিমলু গছ জোপাত পৰিলেই মৃত্যুক সাৱতি লয় চৰায়ে৷