Wild life

◾কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জাৰি ১৪৪ ধাৰা।

◾বুঢ়াপাহাৰ, বাগৰি ৰেঞ্জৰ কাষেৰে যোৱা ঘাইপথ ১৪৪ ধাৰা।

◾বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু উদ্যান কৰ্তৃপক্ষ।

◾যান-বাহনৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰ নিৰ্ধাৰন।

◾কলিয়াবৰৰ আমগুৰিৰ পৰা বাগৰিলৈ বাহনৰ গতিবেগ নিৰ্ধাৰন।

◾বুঢ়াপাহাৰ বনাঞ্চলত সাজু কৰি তুলিছে ২৫ খন হাত নাওঁ, ৩ খনকৈ মেচিন নাওঁ।

◾বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্য জীৱ-জন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে যাতে নিৰাপদে পাৰ হ’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰে ১৪৪ ধাৰা ।