আজি গুৰুপূৰৱ, দেশজুৰি পালন গুৰু নানকৰ ৫৫২ সংখ্যক জন্ম জয়ন্তী UB Photos November 19 / 2021 আজি শিখ ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মগুৰু গুৰু নানকৰ জন্মবাৰ্ষিকী। দেশজুৰি শিখ ধৰ্মৰ লোকসকলে পালন কৰিছে এই উৎসৱ-গুৰুপূৰৱ অথবা গুৰু নানক জয়ন্তী। Tags UB Photos Happy Guru Nanak Jayanti 2021 Guru Nanak Gurupurav Sikhism Sikh Read more about আজি গুৰুপূৰৱ, দেশজুৰি পালন গুৰু নানকৰ ৫৫২ সংখ্যক জন্ম জয়ন্তীLog in to post comments