NSCN(IM)

অৰুণাচলৰ নামটকত বৃহৎ মাৰণাস্ত্ৰসহ আটক NSCN(IM)ৰ দুই কেডাৰ। দেওবাৰে, তিনিচুকীয়া আৰক্ষীয়ে আটক কৰে দুজন কিশোৰক। আটকাধীন সদস্য দুগৰাকী হৈছে ক্ৰমে যঙগ চেন খোচা(১৬) আৰু নগলেট নাংপা(১৩)।দু ই সদস্যৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা HK ৰাইফল, দুটা IED, ২৮৩ ৰাউণ্ড সজীৱ গুলি, তিনিখন ATM আৰু তিনিটা ম'বাইল ফোন।