Puducherry

সলনি হ’ব জলবায়ু। দেশৰ ভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কতা।

ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। ৫ দিনৰ বাবে দেশৰ বিভিন্ন স্থানত হ’ব বৰষুণ।
২৮ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ তামিলনাডু, কেৰালা, পুডুচেৰী, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।