অসমৰ ক'লা-কৃষ্টি-জীৱন ধৰাৰে জড়িত ১৯ বিধ সামগ্ৰী লৈ জি আই টেগ.......

GI TAG

বাপতি সাহোন ৰঙালী বিহুৰ পূৰ্বে অসমবাসীলৈ সুখবৰ। ৰাজ্যৰ ১৯বিধ সাংস্কৃতিক সামগ্ৰী লৈ জি আই টেগ। দীৰ্ঘদিনীয়া অপেক্ষা, প্ৰত্যাশাৰ অন্ত পেলাই অসমবাসী লৈ আহিল এই সুখবৰটো। বিহুৰ ঢোল, জাপি, সৰ্থেবাৰীৰ কাঁহ শিল্প, আশাৰকান্দিৰ টেৰাকোটা শিল্প, অসমৰ পানীমেটেকা শিল্প, মিচিং বস্ত্ৰ শিল্পৰ লগতে বড়ো সকলৰ ১৩ বিধ সামগ্ৰীয়ে ভৌগোলিক স্বীকৃতি লাভ কৰে।

অসমৰ জাপি শিল্প লৈ প্ৰদান কৰা হ’ল GI Tag। সৰ্থেবাৰী কাঁহ শিল্পলৈও GI Tag প্ৰদানI Tag প্ৰদান পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰীলৈও। ঢোল, মিচিং তাঁত শিল্পলৈ GI Tag প্ৰদান। আশাৰিকান্দি তেৰাকোটা শিল্পলৈও GI Tag। জঠা, গগনা, খাম, ছেৰজা, ছিফুঙেও লাভ কৰিলে GI Tag।

বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰদ্বিলৈও GI Tag প্ৰদান। জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰে GI Tag।

Category