Religious

হিন্দু ধৰ্ম অনুসৰি সপ্তাহটোৰ প্ৰতিটো দিনেই কোনো দেৱ-দেৱীৰ নামত সমৰ্পিত কৰা হৈছে। যাৰ বাবে মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত সমৰ্পিত । লোকবিশ্বাস অনুসৰি, মঙলবাৰৰ দিনটোত হনুমানৰ পূজা-পাঠ আৰু ব্ৰত পালন কৰিলে হনুমানৰ কৃপা লাভ কৰে লগতে দান কৰিলে ঘৰলৈ সুখ-সমৃদ্ধি আহে।

সেয়েহে মঙলবাৰৰ দিনটোত হনুমান জীৰ পচন্দৰ বস্তু দান কৰিলে ভাল ।  পিছে জানো আহক মঙলবাৰৰ দিনটোত কি কি বস্তু দান কৰিব লাগে-

১. লাড়ু :