Run Up To The 89th

জন্ম বাৰ্ষিকী উদযাপনৰ বাবে সাজু ভাৰতীয় বায়ু সেনাবাহিনী। এইবাৰ ৮৯ সংখ্যক ‘বায়ু সেনা দিৱস’ৰ বাবে অনন্য ৰূপত সাজু বায়ু সেনাৰ দল।

জন্ম বাৰ্ষিকীৰ প্ৰাকক্ষণত, সোমবাৰে ভাৰতীয় বায়ু সেনাই টুইটাৰযোগে শ্বেয়াৰ কৰে এক বিশেষ পোষ্ট। উল্লেখ্য যে, ৮ অক্টোবৰত গাজিয়াবাদত বায়ু সেনাই উদযাপন কৰিব ৮৯ সংখ্যক জন্ম বাৰ্ষিকী। ইয়াৰ পূৰ্বে মুকলি আকাশত ফুলজাৰি সিঁচা বিমানৰ ফটো শ্বেয়াৰ কৰে ভাৰতীয় বায়ু সেনাই। #AviationPhotoAlertৰে বায়ুসেনাই শ্বেয়াৰ কৰে এই পোষ্ট-