ৰাজ্যত নিৰ্বাচনকেন্দ্রিক হিংসা।
এইবাৰ চামগুৰিত সংঘটিত হৈছে নিৰ্বাচনকেন্দ্রিক সংঘাত।
চামগুৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ।
নিশা পেনাইৰ বিজেপি কাৰ্যালয়টোত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই।
চাৰিদিন পূৰ্বে মুকলি কৰিছিল বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়টো।
ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।