Happy Birthday Modi

৭১ বছৰত ভৰি দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ ৭১ সংখ্যক জন্মদিন উদযাপন এইবাৰ সুকীয়া। ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে তেখেতৰ জন্মদিনক সুকীয়া মাত্ৰা প্ৰদানৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি।

আজিৰ পৰা আৰম্ভ কৰি ৭ অক্টোবৰলৈকে মোদীৰ জন্মদিন উপলক্ষ্যে আয়োজন কৰা হৈছে ‘সেৱা আৰু সমৰ্পণ অভিযান’।

PM Birthday