Vijay Rupani

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক অপ্ৰত্যাশিত পদক্ষেপত শনিবাৰে সন্ধিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা বিজয় ৰুপানীয়ে পদত্যাগ কৰে।

ৰূপানীয়ে তেওঁৰ উপ মুখ্যমন্ত্ৰী নিতিন পেটেল আৰু অন্যান্য মন্ত্ৰীসকলৰ সৈতে গান্ধীনগৰৰ ৰাজভৱন পৰিদৰ্শন কৰে আৰু পদত্যাগ পত্ৰ ৰাজ্যপালক প্ৰদান কৰে।

অৱশ্যে, নতুন চৰকাৰ গঠন নোহোৱালৈকে ৰূপানীয়ে তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।