Ratna Bhandar reopened

পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ ৰখা দুৱাৰ মুকলি
৪৬ বছৰৰ অন্তত খোল খালে স্বৰ্ণ ভঁৰালৰ দুৱাৰ
অন্ত পৰিল ওড়িশা তথা দেশবাসীৰ কৌতুহল
দুটা ভাগত থকা এভাগ ভাণ্ডাৰৰ সামগ্ৰী স্থানান্তৰ
৬টা কাঠৰ বাকচত ছীল কৰা হৈছে সামগ্ৰীসমূহ

আজি স্থানান্তৰ কৰিব আনটো ভাগৰ ৰত্নখচিত মণি-মুকুতা
২ প্ৰকাৰৰ ৰত্ন ভাণ্ডাৰৰ বাকচত নতুনকৈ লগোৱা হৈছে তলা
ডিজিটেলভাৱে তালিকাভুক্ত কৰা হ’ব মূল্যৱান সামগ্ৰীসমূহ
মেৰামতিৰ বাবে জৰীপ চলাব ৰত্ন ভাণ্ডাৰৰ