পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ ৰখা দুৱাৰ মুকলি
৪৬ বছৰৰ অন্তত খোল খালে স্বৰ্ণ ভঁৰালৰ দুৱাৰ
অন্ত পৰিল ওড়িশা তথা দেশবাসীৰ কৌতুহল
দুটা ভাগত থকা এভাগ ভাণ্ডাৰৰ সামগ্ৰী স্থানান্তৰ
৬টা কাঠৰ বাকচত ছীল কৰা হৈছে সামগ্ৰীসমূহ
আজি স্থানান্তৰ কৰিব আনটো ভাগৰ ৰত্নখচিত মণি-মুকুতা
২ প্ৰকাৰৰ ৰত্ন ভাণ্ডাৰৰ বাকচত নতুনকৈ লগোৱা হৈছে তলা
ডিজিটেলভাৱে তালিকাভুক্ত কৰা হ’ব মূল্যৱান সামগ্ৰীসমূহ
মেৰামতিৰ বাবে জৰীপ চলাব ৰত্ন ভাণ্ডাৰৰ
উল্লেখ্য যে, ওড়িশা বিধানসভাৰ নিৰ্বাচনত জয়ী হ’লে পুৰীৰ স্বৰ্ণ ভঁৰালত খোলাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই চৰকাৰ গঠনৰ পিছতে ৬ বছৰৰ পিছত খোলা হ’ল ৰত্ন ভাণ্ডাৰৰ দুৱাৰ।
- Log in to post comments