JIO NETWORK

লাসী হ’ল এসময়ৰ বিনামূলীয়া JIO...
গ্ৰাহকক ৰামঠগন JIOৰ
ম’বাইল ৰিচাৰ্জৰ নামত গ্ৰাহকক মাধমাৰ
JIOৰ বৰ্ধিত মূল্যই তৌবা তৌবা দেখুৱাইছে সৰ্বসাধাৰণক
JIO ২৮ দিনৰ ১৫৫টকা প্লেনৰ মূল্য হ’লগৈ ১৮৯ টকা
২৮ দিনৰ ২৩৯ টকাৰ প্লেনৰ মূল্য হ’লগৈ ২৯৯ টকা
৫৬ দিনৰ ৪৭৯ৰ প্লেনৰ মূল্য হ’লগৈ ৫৭৯ টকা
JIOৰ সমান্তৰালকৈ এয়াৰটেল, VIৰো বাঢ়িল ৰিচাৰ্জৰ দাম
১১ শতাংশৰ পৰা ২১ শতাংশলৈ বৃদ্ধি এয়াৰটেলৰ
বছৰেকীয়া প্লেন, ডাটা সকলোতে বৃদ্ধি হ’ল নিৰিখ
৫৬ দিনৰ ৪৭৯ টকাৰ প্লেনৰ মূল্য হ’লগৈ ৫৭৯ টকা
১৯ টকাৰ এদিনৰ ডাটা পেক হ’লগৈ ২২ টকা