বিলাসী হ’ল এসময়ৰ বিনামূলীয়া JIO....

JIO

লাসী হ’ল এসময়ৰ বিনামূলীয়া JIO...
গ্ৰাহকক ৰামঠগন JIOৰ
ম’বাইল ৰিচাৰ্জৰ নামত গ্ৰাহকক মাধমাৰ
JIOৰ বৰ্ধিত মূল্যই তৌবা তৌবা দেখুৱাইছে সৰ্বসাধাৰণক
JIO ২৮ দিনৰ ১৫৫টকা প্লেনৰ মূল্য হ’লগৈ ১৮৯ টকা
২৮ দিনৰ ২৩৯ টকাৰ প্লেনৰ মূল্য হ’লগৈ ২৯৯ টকা
৫৬ দিনৰ ৪৭৯ৰ প্লেনৰ মূল্য হ’লগৈ ৫৭৯ টকা
JIOৰ সমান্তৰালকৈ এয়াৰটেল, VIৰো বাঢ়িল ৰিচাৰ্জৰ দাম
১১ শতাংশৰ পৰা ২১ শতাংশলৈ বৃদ্ধি এয়াৰটেলৰ
বছৰেকীয়া প্লেন, ডাটা সকলোতে বৃদ্ধি হ’ল নিৰিখ
৫৬ দিনৰ ৪৭৯ টকাৰ প্লেনৰ মূল্য হ’লগৈ ৫৭৯ টকা
১৯ টকাৰ এদিনৰ ডাটা পেক হ’লগৈ ২২ টকা
JIO, AirTEL এৰি BSNL মুখী হৈছে বহু গ্ৰাহক
পুনৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা বৃদ্ধি BSNLৰ
BSNLৰ প্ৰতি ধাৱমান হৈছে বহু গ্ৰাহক
পঞ্জাৱত ৮ লাখলৈ বৃদ্ধি BSNLৰ গ্ৰাহক
BSNLএ দেশত নতুনকৈ স্থাপন কৰিছে ১০ হাজাৰ টাৱাৰ
 

Category