Silk Warm

মুগা পালনে হাঁহি বিৰিঙাইছে ঢকুৱাখনাৰ কৃষকৰ
মুগা খেতিৰে স্বাৱলম্বী অঞ্চলটোৰ বহু কৃষক
মুগা সূতাৰে বজাৰ দখলৰ চেষ্টা কৃষক ৰাইজৰ
সূতা কটাত ব্যস্ত অঞ্চলটোৰ উদ্যমী মহিলা
বছৰেকত ৯০ হাজাৰৰ পৰা ১ লাখ টকালৈ উপাৰ্জন

ৰাজ্যৰ ভিতৰতে ঢকুৱাখনাৰ মুগা সূতা,আৰু মুগা কাপোৰৰ এক সুকীয়া স্থান আছে। য'ত ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত শ শ কৃষকে এই মান ৰাখিবলৈকে পালন কৰে বছৰেকত ৩-৪ বাৰকৈ মুগা পলু। ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনাত পলুৰ মাজত দেখা দিয়া অচিন ৰোগ, প্ৰাকৃতিক দুৰ্যোগ  আৰু চৰকাৰী অৱহেলা আদিৰ বাবেও ঢকুৱাখনাৰ মুগা শিল্পই গভীৰ সংকটৰ মাজলৈ গতি কৰা দেখা যায়।