'অগ্নিবীৰ' নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ৰ ৰেলী আৰম্ভ....

Agniveer

শিলচৰত 'অগ্নিবীৰ' নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ৰ ৰেলী । ভাৰতীয় সেনাই ঘোষণা কৰে নিযুক্তি পৰীক্ষাৰ দিন । 

Agniveer

 

Agniveer

উল্লেখ্য যে, ৬ জুলাইৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হ'ব এই অগ্নিবীৰ পৰীক্ষা । মাছিমপুৰ মিলিটেৰী ষ্টেচনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও আৰু কাছাৰ জিলাৰ প্ৰাৰ্থীৰ নিযুক্তি পৰীক্ষা । 

Agniveer

Category
Profile picture for user UB Photos