গছ কাটি থকা সময়তে ভয়ংকৰ অঘটন, গছৰ ডাল পৰি মৃত্যু বনকৰ্মীৰ।

Assam

গোৱালপাৰাৰ ফফঙ্গাত অঘটন। গছৰ ডাল পৰি বনকৰ্মীৰ মৃত্যু। মৃত্যু বনকৰ্মী ৰজব আলী। গছ কাটি থকা সময়ত গছৰ ডাল পৰি মৃত্যুৰ মুখত পৰিল বন কৰ্মী গৰাকী ।। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্রসাৰণৰ নামত পথচোৱাত কাটি থকা হৈছে গছ । গছৰ ডাল পৰাত গুৰুতৰ ভাৱে আহত ৰাজৱ আলীক ততালিকে গোৱালপাৰাৰ ছলেচ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালত লোকজনৰ মৃত্যু হয়।

Category
Profile picture for user UB Photos