মহা অম্বুবাচী মেলাৰ আজি দ্বিতীয়টো দিন,তন্ত্ৰ-মন্ত্ৰৰে নীলাচলৰ বুকুত শক্তিৰ আৰাধনা 

Ambubasi

লাখ লাখ ভক্তৰ সমাগম ঘটিছে শক্তিপীঠ কামাখ্যাত। আজি মহা অম্বুবাচী মেলাৰ দ্বিতীয়টো দিন। ৩ দিন ধৰি বন্ধ থাকিব কামাখ্যাৰ মূল দ্বাৰ। কামাখ্যা ধামত  ভিৰ লাগিছে দেশ-বিদেশৰ সাধু-সন্ন্যাসীৰ। তন্ত্ৰ-মন্ত্ৰৰে নীলাচলৰ বুকুত শক্তিৰ আৰাধনা। নানা বেশভূষাৰ সন্যাসীক লৈ চলিছে চৰ্চা। CCTVৰ নজৰত নীলাচল পাহাৰ। নিশা ৯ বজাৰ পিছত নিষেধ ভক্তৰ প্ৰৱেশ। 
 

Category