থমকা নাই হাছিনা বেগম! DGP ৰ কাৰ্যালয়ত উপস্থিত হাছিনা 

Junmoni Rabha

প্ৰসংগঃ SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু। এতিয়াও ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্য। CBI ৰ তদন্ত জাৰী আছে যদিও আজি DGP ৰ কাৰ্যালয়ত উপস্থিত হয়  SI জোনমনি ৰাভাক হত্যা কৰা বুলি অভিযোগ কৰা হাছিনা বেগম। সোণ আৰু নকল টকাৰ ব্যৱসায়ীৰ পৰা ৰক্ষা কৰিবলৈ DGP ক আবেদন হাছিনাৰ। AIG (R) কৃষ্ণ দাসক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে হাছিনাই।

Category
Profile picture for user UB Photos