গা শিয়ৰি উঠা ঘটনা! চকুৰ সন্মুখতে ছুৰীৰে আক্ৰমণ ৮ বছৰীয়া শিশুক, চিকিৎসালয়ত মৃত্যু শিশুটিৰ

Silchar

শিলচৰ ওয়াটাৰ ওয়াৰ্কছ ৰোডত বছৰীয়া শিশুক ছুৰীৰে আক্ৰমদুৰ্বৃত্ত। ৰাজপথতে শিশুটিক টানি চোচৰাই নি আক্ৰমণ। অপু মজুমদাৰ নামৰ এজনক টক কৰে আৰক্ষীয়ে।শিলচৰ মধুৰবন্ধৰ পৰা আটক কৰা হৈছে অপুক ৷আৰু বাকী কেজনৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত

বছৰীয়া শিশু আইয়ান মঞ্জুৰক সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা য়। কিন্তু দুৰ্ভাগ্য চিকিসালতে মৃত্যু ঘটে শিশুটোৰ

Category
Profile picture for user UB Photos