দায়িত্ব গ্ৰহণ আৰু দায়িত্ব অৰ্পণ! পৰৱৰ্তী ডিজিপি জি পি সিঙক শুভেচ্ছা ভাৰপ্ৰাপ্ত ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ!

DGP

৩১ জানুৱাৰীত অৱসৰ লব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ।

1

আৰু IPS জি পি সিঙক দায়িত্ব দিয়ে ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ। শংকৰদেৱ কলাক্ষেত্ৰত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত ভাৰপ্ৰাপ্ত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত আৰু জি পি সিঙ দুইজনেই উপস্থিত থাকে।

2

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই ভাস্কৰ জ্যোতি মহন্তই শুভেচ্ছা জনালে জি পি সিঙক!  

Category
Profile picture for user UB Photos