UB Photos January 20 / 2023 বিবাহ পাশত আৱদ্ধ হ’ল নৱ-প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী ঋতৃষা শৰ্মা। তেওঁ এগৰাকী মহিলা মুখ্য গায়িকা হিচাপে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৈতে বহুতো মঞ্চ অনুষ্ঠানত গীত পৰিৱেশন কৰিছে। নৱবৰ্ষৰ আৰম্ভণিতে অঞ্জন শইকীয়াৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে কণ্ঠশিল্পী ঋতৃষাই। Category News Tags UB Photos Ub News. Marriage Assam Assamese News Ritrisha Sharma Log in to post comments