পালেহি ভোগৰ উৎসৱ ভোগালী! সাজু অসমবাসী! মোহময়ী অভিনেত্ৰী আইমী বৰুৱায়ো খুন্দিলে পিঠাগুড়ি!

Aimee Baruah

চাওতে চাওতে পালেহি হেঁপাহৰ ৎসৱ ভোগালী।

1

ভোগালীক আদৰিবলৈ সাজু অসমবাসী। চৌদিশে এতিয়া মাথো ঢেকীৰ গুমগুমনি। দীঘলীপুখুৰী পাৰত হৈ থকা বৰ অসম ভোগালী মেলাতো মোহময়ী অভিনেত্ৰী আইমী বৰুৱাক ঢেকী দি পিঠা খুন্দা দেখিব পোৱা গল।

2

মুঠতে এতিয়া সকলোতেই উখল-মাখল পৰিৱেশ।

 

 

Category
Profile picture for user UB Photos