দুৰ্ঘটনামুক্ত নহ’ল ৩১ ডিচেম্বৰ! প্ৰায় ৮০ টা দুৰ্ঘটনা সংঘটিত ২০২২ৰ অন্তিম দিনটোত।

AccidentUb Photos

দুৰ্ঘটনামুক্ত নহল ৩১ ডিচেম্বৰ। চৰকাৰী তথ্য অনুসৰি ২০২২ বৰ্ষৰ অন্তিমটো দিনত ৰাজ্যত প্ৰায় ৮০ টা সৰু-বৰ দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতে সৰ্বাধিক ৪৭টা দুৰ্ঘটনা সংঘটিত হৈছে।ৰাজ্যৰ আন স্থানত ৩২টা দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ভাগ্যজনক ভাৱে ৩১ ডিচেম্বৰত ৰাজ্যৰ ভিন্ন স্থানত দুৰ্ঘটনাত মুঠ ৭ জন ব্যক্তিৰ মৃত্যু হয়। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত ৰাজ্যত কেৱল ৫ জন লোকৰ মৃত্যু হোৱা বুলিহে দাবী কৰিছে।

Category
Profile picture for user UB Photos