(১) গামোচালৈ জি আই টেগ- অসমীয়াৰ আৱেগ গামোচাই লাভ কৰিছিল জি আই টেগ।
(২) গুগল ট্ৰেন্সলেটৰত অসমীয়া ভাষাৰ সংযোজন
(৩) হেমকোষ- দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন পূর্ণাংগ ব্ৰেইল লিপিৰ অভিধান
(৪) অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান সন্মান
(৫) নয়নমণি শইকীয়ালৈ অর্জুন বঁটা
(৬) কবি নীলমণি ফুকনক গুৱাহাটীত আনুষ্ঠানিকভাৱে জ্ঞানপীঠ বঁটা প্ৰদান
(৭) ইণ্টেলিজেঞ্চ ব্যুৰ’ (IB)ৰ সঞ্চালক পদত তপন কুমাৰ ডেকা
(৮) সশস্ত্র সীমা বলৰ সঞ্চালক প্রধান পদত ড° সুজয় লাল থাওচেন
(৯) বীৰযোদ্ধা লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উদযাপনৰ
(১০) মনোজ কুমাৰ গোস্বামী, ৰশ্মি চৌধুৰী, খৰ্গ বাহাদুৰ নেপালীলৈ সাহিত্য অকাদেমি বঁটা
(১১) ড° জুৰি দত্ত, পূৰ্ণ কুমাৰ শৰ্মা, ৰাজা দেৱজিৎ বসুমতাৰীলৈ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা
(১২) ড° প্ৰণৱজ্যোতি ডেকালৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা
(১৩) ৬১ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত হিমা দাস আৰু অম্লান বৰগোহাঁইৰ স্বর্ণজয়। পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতা
ডুৰাণ্ড কাপৰ আয়োজন l
(১৪) হৰি বৰা বৰবায়ন, মিনতি খাওন্দ, ধৰ্মেশ্বৰ নাথ ওজা, গুৰুপ্ৰসাদ ওজা, মাখন চন্দ্ৰ বৰালৈ
সংগীত নাটক একাডেমী অমৃত বঁটা
(১৫) দীপ ভূঞাৰ ‘মানাহ আৰু মানুহ', কৃপাল কলিতাৰ ‘ব্রীজ', আইমী বৰুৱাৰ ‘ছেমখৰ’, খঞ্জন কিশোৰ নাথৰ ‘কাচ্চিচিনথু লৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- Log in to post comments