হাঁহি-কান্দোনৰ মাজেৰেই পাৰ হ’ল ২০২২! এতিয়া সময় ২০২৩ ক আদৰাৰ

New Year

সুখ-দুখৰ মাজেৰেই অন্তিমক্ষণত উপস্থিত হলোহি আমি। পুৰণি বছৰটোক বিদায় দি নতুন এটা বছৰক আদৰিবলৈ সাজু সকলো। বছৰটোৰ বিদায়ৰ প্ৰাকক্ষণত সকলোৱেই লগে-ভাগে এসাঁজ খাবলৈও প্ৰস্তুতি চলাইছে। বনভোজস্থলীতো দেখা হৈছে ভিৰ। মুঠতে এতিয়া চৌদিশে পুৰণিক বিদায় দি নতুন আদৰাৰ ব্যাপক প্ৰস্তুতি

Category