
আজি পুৱাই উমানন্দত ওলাল বাঘ।

বাঘৰ আতংকত উমানন্দ দেৱালয়ৰ পৰা দৰ্শনাৰ্থী আৰু পুৰোহিতক স্হানান্তৰ কৰা হৈছিল।

বন্ধ কৰি দিয়া হৈছিল দেৱালয়ৰ দোকান-পোহাৰ।

বন্ধ কৰি দিয়া হৈছিল ফেৰী সেৱা।

অৱশেষত বহু চেষ্টাৰ পিছত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হ'ল বাঘটো ।

উল্লেখ্য যে ব্ৰক্ষ্মপুত্ৰইদি সাঁতুৰি উমানন্দত আশ্ৰয় লোৱা বাঘটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰী অহাৰ সন্দেহ কৰা হৈছে।
Category
- Log in to post comments