ফটাশিল আমবাৰীত কেনেকৈ ভস্মীভূত হ'ল ১৫০ টাতকৈ অধিক বাসগৃহ?

Fire

শুক্ৰবাৰে নিশা মহানগৰীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ'ল।

Guwahati

ফটাশিলৰ পুৰণি হৰিজন কলনীত এই অগ্নিকাণ্ড।

Assam

অগ্নিকাণ্ডত ভস্মীভূত হ'ল ১৫০টাতকৈ অধিক বাসগৃহ।

Burn

অগ্নিকাণ্ডত বিস্ফোৰণ প্ৰায় ১৮টাকৈ গেছ চিলিণ্ডাৰ।

Dog burn

২০ খনকৈ অগ্নিনিৰ্বাপক বাহনেৰে জুই নিৰ্বাপন। ঘটনাস্থলীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অশোক সিংঘল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাস্থলীত উপস্থিত দুই মন্ত্ৰী । ঘটনাস্থলী পৰিদৰ্শন উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তৰ। পৰিস্থিতিৰ বুজ লৈছে শীৰ্ষ আৰক্ষী বিষয়াই

Category
Profile picture for user UB Photos