'আমিৰ নিৰ্দোষী , ঘটনা হোৱাৰ দিনাখন আমিৰ ঘৰতেই আছিল'

Guwahati

পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাৰ অভিযোগত কৰায়ত্ত কৰা আমিৰ আলীৰ পত্নীয়ে কৰিছে মন্তব্য। পত্নীয়ে কয়-' ৰঞ্জিত বৰা হত্যা কাণ্ড দিনা আমিৰ আলি আছিল  গুৱাহাটীত বাসগৃহত। আৰু লগতে কয় 'আমিৰ নিৰ্দোষী , ঘটনা হোৱাৰ দিনাখন আমিৰ ঘৰতেই আছিল। মামা , মামীও লগত আছিল চিন্টুৰ লগত কি দৰে চিনাকি সেইয়া মই নাজানো কিন্তু আমিৰে এই কাম কৰা নাই'

 

 

 

 

Category
Profile picture for user UB Photos