মৃত্যুলৈ ভ্ৰূক্ষেপ নাই! সময়তকৈ মূল্যহীন এই জীৱন!

Guwahati 1

 

ছবিয়ে বহু কথাই কৈ যায়।

Guwahati 2

হয়তো এই ছবি কেইখন চাই আপোনাৰ গা কঁপি উঠিছে কিন্তু এই মানুহজন যেন ভয়হীন!

Guwahati 3

সময়ৰ গতিত খোজ মিলাবৰ বাবে যেন আপ্ৰাণ চেষ্টা ব্যক্তিজনৰ!

Guwahati 4

এই দৃশ্য প্ৰত্যক্ষ হল গুৱাহাটীৰ ৰেলৱে গেটৰ ৭ নং গেটত।

Guwahati 5

এখন মালবাহী ৰে'লৰ তলেৰেই পাৰ হৈ গ'ল লোকজন।

Category
Profile picture for user UB Photos