আজি গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

Gujarat Election

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া। ১৯ জিলাৰ ৮৯টা সমষ্টিত ভোটগ্ৰহণআজি EVMত বন্দী হব ৭৮৮গৰাকী প্ৰাৰ্থীৰ ভাগ্যপ্ৰথম পৰ্যায়ত মুঠ ভোটাৰ ২,৩৯,৭৬,৬৭০গৰাকীপুৰুষ ভোটাৰ ১,২৪,৩৩,৩৬২জনমহিলা ভোটাৰ ১,১৫,৪২,৮১১গৰাকীমুঠ ১৪,৩৮২টা ভোটকেন্দ্ৰত হৈছে ভোটগ্ৰহণসন্ধিয়া ৫ বজালৈকে চলিব ভোটগ্ৰহণ৫ ডিচেম্বৰত ৯৩টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণদ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধত অৱতীৰ্ণ হব ৮৩৩ প্ৰাৰ্থী।

Category
Profile picture for user UB Photos