এবিধ পাচলিৰ গুটিয়েই দূৰ কৰিব আপোনাৰ ডিপ্ৰেছন!

Health Tips

ডিপ্ৰেচন হৈছে মানুহক মানসিক ভাবে দূৰ্বল বা হতাশাগ্ৰস্ত কৰি ৰখা এক প্ৰকাৰৰ ৰোগ। যাৰ ফলত আমাৰ মনটো প্ৰতিটো সময়তে হতাশা কৰি ৰাখে আৰু লগতে নেতিবাচক চিন্তা সমূহে ভৰি পৰে । বৰ্তমান সময়ৰ এটা ডাঙৰ সমস্যা হৈছে ডিপ্ৰেছন। প্ৰেম বা বন্ধুত্বত প্ৰতাৰণা কৰা, আৰ্থিক সমস্যা, চাকৰিৰ মানসিক চাপ, পাৰিবাৰিক বিসংগতি বা যিকোনো ডাঙৰ বেমাৰ আদি বহু কাৰণত মানসিক চাপ বা ডিপ্ৰেছন হ’ব পাৰে। এবিধ পাচলিৰ গুটি খালে বহু পৰিমাণে হ্ৰাস হ'ব পাৰে ডিপ্ৰেছন। ৰঙালাওৰ গুটি খালে কম হ'ব পাৰে আপোনাৰ মানসিক অশান্তি। ইয়াৰ আন বহুতো উপকাৰো আছে। এইবোৰত ভিটামিন চি পোৱা যায় যিয়ে মগজুৰ নিউৰ’ট্ৰান্সমিটাৰ নামৰ ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰে। এই ৰাসায়নিক পদাৰ্থৰ সহায়ত মেজাজ উন্নত কৰিব পাৰি। ইয়াৰ লগতে ৰঙালাওৰ গুটিত মেগনেছিয়াম পোৱা যায়, যিয়ে মনক শান্তি দিয়ে। ইয়ে শান্তিপূৰ্ণ টোপনি অহাতো সহায় কৰে। 

Category
Profile picture for user UB Photos