গুৱাহাটীত বলীউডৰ ‘ড্ৰীম গাৰ্ল, নলবাৰীৰ ৰাস চাবলৈ আহিছে হেমা মালিনী

Hema Malini

গুৱাহাটী মহানগৰীত বলীউডৰ ড্ৰীমগাৰ্ল হেমা মালিনী। বৰঝাৰৰ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিছন ব্লুত উপস্থিত হেমা মালিনী। ৰেডিছন ব্লুত কিছু সময় জিৰণি লৈ যাব নলবাৰী ৰাসলৈ। এদিনীয়া কাৰ্যসূচীৰে অভিনেত্ৰীগৰাকী আহিছে অসমলৈ। হেমা মালিনীক সংগ দিছে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই।

Category
Profile picture for user UB Photos