আজিও শেষ হোৱা নাই মানৱীয়তা! মহানগৰীৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা দুজন ব্যক্তিয়ে উদ্ধাৰ কৰিলে এটি কুকুৰক

Dog Rescued

মহানগৰীৰ চচলত ভি আই পি ৰ'ডৰ জয়ন্ত এনক্লেভত ৪ নম্বৰ মহলাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।  অগ্নিকাণ্ডৰ সময়ত ঘৰৰ ভিতৰত কোনো লোক নাছিল কিন্তু আছিল এটা কুকুৰ।

Guwahati

ভয়ংকৰ অগ্নিকাণ্ডৰ মাজতেই আৰক্ষী বিষয়া অৰূপ কলিতা আৰু প্ৰসেনজিৎ পেগুৱে নিজৰ প্ৰাণৰ কথা এবাৰো নাভাবি ৰক্ষা কৰিলে পোহনীয়া কুকুৰটিক। এতিয়া সকলোৱে শলাগ লৈছে দুয়োজন ব্যক্তিক। 

Category
Profile picture for user UB Photos