যৌন সমন্ধীয় ছবিৰ কাৰণেই মোহময়ী অভিনেত্ৰী ক্ৰীতি চেননক কৰণ জহৰৰ ছবি কৰিব দিয়া নাছিল ক্ৰিতি চেননৰ মাতৃয়ে

Kriti Sanon

২০১৮ চনত মুক্তি পোৱা 'Lust Stories'ৰ এটা কাহিনী আছিল কৰণ জহৰৰ। চাৰিজন পৰিচালকৰ চাৰিটা কাহিনীৰে নিৰ্মাণ কৰিছিল এই চুটি ছবি খন। বিশেষকৈ এই ছবিখন নিৰ্মাণ কৰা হৈছিল Fantasy ৰ ওপৰত। ছবি খনৰ এটা কাহিনীত জনপ্ৰিয় অভিনেতা ভিকি কৌশল আৰু মোহময়ী অভিনেত্ৰী কিয়াৰা আদৱানী। কিন্তু জানিব পোৱা মতে কৰণ জহৰে কিয়াৰৰ ঠাইত অভিনেত্ৰী ক্ৰিতি ছেননক দিছিল এই কাহিনীৰ মুখ্য চৰিত্ৰ। কিন্তু নিজৰ চৰিত্ৰটি আৰু কাহিনীটো জানি ক্ৰিতি ছেননৰ মাতয়ে এই ছবিখন কৰাত বাধা দিলে ক্ৰিতিৰ মাতৃয়ে। আৰু ক্ৰিতি ছেননেয়ো মাতৃৰ কথা মানি নকৰিলে এই ছবিখন। আচলতে ক্ৰিতি ছেননক Orgasm ৰ এটা দৃশ্যৰ বাবেই মাতৃয়ে কৰিব বাধা দিছিল কৰণ জহৰৰ ছবি খন। ক্ৰিতি ছেননে জনোৱা মতে তেঁওলোক এটি মধ্যবিত্ত পৰিয়ালৰ আৰু এনেধৰণৰ ছবি কৰি পৰিয়ালৰ মনত দোষ দিয়াটো তেওঁ নিবিচাৰে।

Category
Profile picture for user UB Photos