পূজাৰ সময়তে গুৱাহাটীবাসীৰ বাবে সু খবৰ
কাইলৈ মুকলি কৰা হ'ব আৰ্য নগৰ উৰণ সেতু
আৰ্য্য নগৰ অৰ্থাৎ পুৰণি চেৰাবভাটিৰ উৰণীয়া সেঁতু মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে
পল্টন বজাৰ-লখৰা সংযোগী পথত নিৰ্মাণ কৰা হৈছে উৰণ সেঁতুখন
৭৯০ মিটাৰ দীঘল উৰণ সেঁতুখনত অংকন হৈছে অসমৰ বাৰে ৰহনীয়া সংস্কৃতি
১৪৯ কোটি ৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে সেতুখন
২০২১ চনৰ ২৬ February ৰ পৰা আৰম্ভ হৈছিল উৰণ সেঁতুু নিৰ্মাণৰ কাম
নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময়সীমা আছিল ২০২৩ চনৰ ১৭ আগষ্ট
কিন্তু এটা বছৰ পূৰ্বেই সম্পূৰ্ণ হল সেঁতুখনৰ কাম
- Log in to post comments