আকৌ গুৱাহাটীৰ ৰিহেব চেন্টাৰত মহিলাৰ ৰহস্যজনক মৃত্যু
 মৃত মহিলা গৰাকীৰ নাম গিৰিজা মেধি 
 খাৰঘুৰিলৰ ফেইথ ফাউণ্ডেচনত মৃত্যু হৈছে মহিলা গৰাকীৰ
 ফাউণ্ডেচন কৰ্তৃপক্ষৰ মতে মহিলা গৰাকীয়ে আত্মহত্যা কৰিছে
 কিন্তু আৰক্ষী, পৰিয়ালৰ লোকৰ বিনা অনুপস্থিতিতে ফাউণ্ডেচন কৰ্তৃপক্ষই মৃতদেহটো ৰচি কাটি খিৰিকিৰ পৰা নমাই আনে
 বৰ্তমানলৈকে আৰক্ষীয়ে উদ্ধাৰ কৰা নাই মৃতদেহ
 মহিলাগৰাকীৰ ঘৰ পাঠশালাত, ১ মাহ পূৰ্বে পৰিয়ালৰ লোকে চেন্টাৰটোলৈ আনিছিল মহিলাগৰাকীক।
Category
              
          - Log in to post comments