১৪ দিনৰ বাবে কাৰাগাৰলৈ SI জোনমণি ৰাভা!

Joonmani Rabha

পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ SI জোনমণিক। বিতৰ্কিত আৰক্ষী বিষয়া জোনমণি ৰাভাক আজি মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

১৪ দিনৰ ন্যায়িক জিম্মাত জিলা কাৰাগাৰত থকা নিলম্বিত আৰক্ষী বিষয়া জোনমণিক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

পূৰ্বৰ গোচৰ সন্দৰ্ভত সাক্ষী প্ৰদানৰ বাবে সত্ৰ আৰু জিলা ন্যায়াধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছিল জোনমণিক।

Category

Related Articles