সম্প্ৰসাৰিত হ’ল মন্ত্ৰীসভা! কোনে পালে কি দপ্তৰ?

Ministry

◾ কেইবাজনো মন্ত্রীৰ পৰা দপ্তৰ কৰ্তন

◾ নতুন মন্ত্রী নন্দিতা গালোৰ্চাক শক্তি বিভাগৰ দায়িত্ব

◾ খনি আৰু খনিজাত সামগ্রী বিভাগৰো দায়িত্ব গালোৰ্চাক

◾ মন্ত্রী জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব

◾ পৰ্যটন বিভাগৰো দায়িত্ব মন্ত্রী জয়ন্তমল্ল বৰুৱাক

◾ চন্দ্রমোহন পাটোৱাৰীৰ পৰা কৰ্তন উদ্যোগ আৰু বাণিজ্য বিভাগ

◾ মন্ত্রী পাটোৱাৰীৰ পৰা কৰ্তন পৰিবহণ বিভাগো

◾ মন্ত্রী পাটোৱাৰীক নতুনকৈ পৰিৱেশ, বনবিভাগৰ দায়িত্ব

◾ এক্টইষ্ট আৰু সংখ্যালঘু পৰিক্রমা বিভাগ মন্ত্রী পাটোৱাৰীক

◾ মন্ত্রীপৰিমল শুক্লবৈদ্যৰ পৰা বন আৰু পৰিৱেশ বিভাগ কৰ্তন

◾ মন্ত্রী পৰিমল শুক্লবৈদ্যক পৰিবহণ বিভাগৰ দায়িত্ব

◾ শুক্লবৈদ্যৰ হাতত থাকিব পূৰ্বৰমীন, আবকাৰী বিভাগ

◾ ৰণজিৎ কুমাৰ দাসৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ কৰ্তন

◾ যোগেন মহনৰ খনি আৰু খনিজাত সামগ্রী বিভাগ কৰ্তন

◾ অশোক সিংঘালৰ পৰা কৰ্তন গুৱাহাটী উন্নয়ন বিভাগ

◾ মন্ত্রী বিমল বৰাৰ পৰা কৰ্তন পৰ্যটন বিভাগ

Category
Profile picture for user UB Photos