নতুন ৰেপ’ ৰেট ঘোষণা RBIৰ!

RBI

◾ নতুন ৰেপ’ ৰেট ঘোষণা RBIৰ

◾ মুখ্য ৰেপ’ ৰেট ৫০ ৰেচিচ পইণ্টলৈ বৃদ্ধি কৰিলে RBIয়ে

◾ যাৰ ফলত ৪.৯০ শতাংশলৈ বৃদ্ধি এই হাৰ

◾ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শশীকান্ত দাসে কৰিলে এই ঘোষণা

◾ পুনৰ বৃদ্ধি পাব বেংকৰ ঋণৰ সূতৰ হাৰ

Category
Profile picture for user UB Photos