ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ভয়ংকৰ গতিত বৃদ্ধি পাইছে পানী, যাৰ বাবে এতিয়া ব্যাহত হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা।
বাঢ়নী পানীত ফেৰীঘাটৰ সাঁকো পানীত ডুব যোৱাৰ উপক্ৰম হৈছে।
আজি পুৱা ৬:৩০ বজাৰ উত্তৰ গুৱাহাটীৰ ফেৰীসমূহ বাতিল কৰিছে জল পৰিবহন বিভাগে। উত্তৰ গুৱাহাটীৰ তিনিওটা ঘাটলৈ গুৱাহাটীৰ পৰা ফেৰী চলাচল বন্ধ হোৱা বাবে পাৰঘাটতে আবদ্ধ হৈ আছে বহু যাত্ৰী।
Category
- Log in to post comments