ঘৃণনীয়! ১৬ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিলে পিতৃয়ে!

Step Father Rape

এক ভয়ংকৰ ঘটনা, সতিয়া পিতৃয়ে তেওঁৰ ১৬বছৰীয়া নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এই ভয়ংকৰ ঘটনা সংঘটিত হয় চান্দমাৰীৰ ভাস্কৰ নগৰ অঞ্চলত।

উল্লেখ্য় যে, ঘৰত কোনো নথকাৰ সুযোগ লৈ অভিযুক্তজনে নাবালিকা গৰাকীক ড্ৰাগছ দিয়ে আৰু তাৰপিছত এই জঘন্য অপৰাধ সংঘটিত কৰে।

অভিযোগ অনুসৰি পাসণ্ড পিতৃয়ে দীৰ্ঘদিন ধৰি এই অপৰাধ কৰি আহিছিল বুলি জানিব পৰা গৈছে। 

জানিব পৰা মতে দশম শ্ৰেণীৰ ছাত্ৰী গৰাকী পাসাণ্ড পিতৃৰ দ্বিতীয় পত্নীৰ জীয়ৰী।

Category
Profile picture for user UB Photos