BTC প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ খুন্দাত থিতাতে নিহত এজন

btc chief

◾তামুলপুৰৰ এঘাৰ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা

◾BTC প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনা গ্ৰস্ত

◾দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত ৩জন

◾নিহত আৰক্ষী জোৱানজনৰ নাম ৰাজু কলিতা

◾নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত লুটি খাই পৰে বাহনখন

Category
Profile picture for user UB Photos