দিচাঙে প্ৰাণ কাঢ়িলে এজনৰ, পুৱাই হুৱাদুৱা লাগিল দিচাংমুখত...

Disangmukh tragedy: one dies

শিৱসাগৰৰ দিচাংমুখত চাঞ্চল্যকৰ ঘটনা। মাছ মাৰিবলৈ যাওঁতে অঘটন। দিচাঙত মাছ ধৰিবলৈ গৈ যুৱকৰ সলিল সমাধি।
মৃত যুৱক জন হৈছে টুলুমণি দাস।

 

দেওবাৰে পুৱা মাছ ধৰিবলৈ যাওঁতে দুৰ্ভাগ্যবশতঃ সলিল সমাধি হয় যুৱকজনৰ।মৃত টুলুমণি দাসৰ ঘৰ দিচাংমুখৰ জেইল গাঁৱত। প্ৰয়াত লক্ষেশ্বৰ দাসৰ পুত্ৰ আছিল টুলুমণি দাস।

Category
Profile picture for user UB Photos